Sangeet Natak Academy Sponsored Play “ভগৱদজ্জুকম্” Performed in Furkating College
Sangeet Natak Academy Sponsored Play “ভগৱদজ্জুকম্” Performed in Furkating College সংগীত নাটক অকাডেমীৰ পৃষ্ঠপোষকতাত, ফৰকাটিং মহাবিদ্যালয়ৰ সহযোগত, ৰঙ্গালয়, পুৰণিগুডামৰ নিবেদন মহাকবি বোধায়নৰ সংস্কৃত নাট “”ভগৱদজ্জুকম্”” যোৱা ১০/০৬/২০১৯ তাৰিখে ফৰকাটিং মহাবিদ্যালয় প্ৰেক্ষাগৃহত মঞ্চস্হ হয়৷ নাটকখনৰ অসমীয়া অভিযোজনা মৃণাল কুমাৰ বৰাৰ আৰু পৰিকল্পনা আৰু পৰিচালনা অঞ্জল বৰাৰ৷ নাট্যসন্ধ্যাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়াকে প্ৰমুখ্য কৰি ফৰকাটিং মহাবিদ্যালয়ৰ […]




