Blog Details

  • Home
  • Update
  • Sangeet Natak Academy Sponsored Play “ভগৱদজ্জুকম্‌” Performed in Furkating College

Sangeet Natak Academy Sponsored Play “ভগৱদজ্জুকম্‌” Performed in Furkating College

Sangeet Natak Academy Sponsored Play “ভগৱদজ্জুকম্‌” Performed in Furkating College

সংগীত নাটক অকাডেমীৰ পৃষ্ঠপোষকতাত, ফৰকাটিং মহাবিদ্যালয়ৰ সহযোগত, ৰঙ্গালয়, পুৰণিগুডামৰ নিবেদন মহাকবি বোধায়নৰ সংস্কৃত নাট “”ভগৱদজ্জুকম্‌”” যোৱা ১০/০৬/২০১৯ তাৰিখে ফৰকাটিং মহাবিদ্যালয় প্ৰেক্ষাগৃহত মঞ্চস্হ হয়৷ নাটকখনৰ অসমীয়া অভিযোজনা মৃণাল কুমাৰ বৰাৰ আৰু পৰিকল্পনা আৰু পৰিচালনা অঞ্জল বৰাৰ৷

নাট্যসন্ধ্যাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়াকে প্ৰমুখ্য কৰি ফৰকাটিং মহাবিদ্যালয়ৰ পৰিবেশ্য কলা পাঠ্যক্ৰমৰ সংযোজক তৰুণ শইকীয়াৰ লগতে আন কেইবাগৰাকীও প্ৰৱক্তা উপস্থিত থাকে৷ তদুপৰি ফৰকাটিং অঞ্চলৰ ভালেসংখ্যক নাট্যপ্ৰেমী দৰ্শকৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে সৌষ্ঠৱ বঢ়ায়৷

নাটক আৰম্ভনিৰ প্ৰাকমুহূৰ্তত উক্তদিনা পৰলোকগামী হোৱা বিশিষ্ট নাট্যশিল্পী, অভিনেতা ,পদ্মভূষণ, পদ্মবিভূষণ গিৰিশ কাৰ্নাডক সুঁৱৰি এখন শোকসভা অনুষ্ঠিত হয়৷ সেই সভাত মৃণাল কুমাৰ বৰাই গিৰিশ কাৰ্নাডৰ কৰ্মৰাজিৰ বিষয়ে বিৱৰি কয়

 

 

 

 

 

Leave A Comment

Archives

Categories

Cart
Select the fields to be shown. Others will be hidden. Drag and drop to rearrange the order.
  • Image
  • SKU
  • Rating
  • Price
  • Stock
  • Availability
  • Add to cart
  • Description
  • Content
  • Weight
  • Dimensions
  • Additional information
Click outside to hide the comparison bar
Compare